উঁই চিৰিঙাৰ মাত

উঁই চিৰিঙাৰ মাত

————————
বৰষুণক  ভাল নোপোৱা
মানুহবোৰে
নিজৰ বুকুত অহৰ্নিশে কঢ়িয়াই
লৈ ফুৰে
ভৰ যৌৱনা নদী এখন
 আন্ধাৰ নিজান ৰাতিও
ওৰনিৰ আঁৰ কাপোৰৰ তলত
লুকুৱাই ৰাখিব খোজে

উঁই চিৰিঙাৰ  মাত

Comments

Popular posts from this blog

কমৰেড, তোমাৰ পৰিচয় শেষ হোৱা নাই

বনলতা

ফুটুকী